top of page

জয় গুৰু শংকৰ 

শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা

২০২২-২০২৩ (৫৭৩ - ৫৭৪ শংকৰাব্দ) বৰ্ষৰ দিনপঞ্জী

২০-০৩-২০২২দেওবাৰঃ পুৱা ১০:০০ বজাতঃ ১ম জিলা কাৰ্যনিৰ্বাহক সভাঃ বৰুৱাবামুণগাঁও শংকৰী  সংস্কৃতি বিকাশ কেন্দ্ৰ

০২-০৪-২০২২শনিবাৰঃ  থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চচাইটিৰ বাৰ্ষিক অধিৱেশঃ মূল কাৰ্যালয়, নগাঁও

২৩-০৪-২০২২দেওবাৰঃ দিনৰ ১০:০০ বজাতঃ আঞ্চলিক সভাপতি সম্পাদক সন্মিলনঃ জিলা নামঘৰ, ঢেকীয়াল

২৪-০৪-২০২২দেওবাৰঃ  জিলা সভাপতি সম্পাদক সন্মিলনঃ ৰূপনগৰ, গুৱাহাটী

৩০-০৪-২০২২শনিবাৰঃ দিনৰ ০৯:০০ বজাতঃ শ্ৰীমন্ত শংকৰদেৱ সেৱাকেন্দ্ৰ, গোলাঘাটৰ উদ্বোধন, গোলাঘাট 

০১-০৫-২০২২দেওবাৰঃ  ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহৰ আদৰণী সমিতি গঠণঃ মণিকাঞ্চণ আঞ্চলিক শাখা

০৭-০৫-২০২২শনিবাৰঃ  কেন্দ্ৰীয় বহাগী উৎসৱঃ তেজপুৰ জিলা

১৫-০৫-২০২২দেওবাৰঃ দিনৰ ১০:০০ বজাতঃ ২য় জিলা কাৰ্যনিৰ্বাহক সভাঃ ফৰকাটিং আঞ্চলিক শাখা

১৭-০৫-২০২২মংগলবাৰঃ  মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ, জিলা শাখাৰ দ্বাৰা উদযাপন 

০৫-০৬-২০২২দেওবাৰঃ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসঃ সেৱাবাহিনীৰ দ্বাৰা বিশ্ব পাৰিপাৰ্শ্বিক দিৱস পালন ১২-০৬-২০২২দেওবাৰঃ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু চতুৰ্দশ বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণী সমিতি গঠণঃ ঢেকীয়াল আদৰ্শ আঞ্চলিক শাখা

১২-০৬-২০২২দেওবাৰঃ ২য় মূল কাৰ্যনিৰ্বাহক সভাঃ মূল কাৰ্যালয়, নগাঁও

১৯-০৬-২০২২ দেওবাৰঃ   মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ, কেন্দ্ৰীয় ভাৱে উদযাপনঃ দক্ষিন পশ্চিম কামৰূপ জিলা

২৪-০৭-২০২২দেওবাৰঃ ৩য় জিলা কাৰ্যনিৰ্বাহক সভাঃ মৰঙি আঞ্চলিক শাখা

২৫-০৭-২০২২সোমবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ

২৬-০৭-২০২২মংগলবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ  

২৭-০৭-২০২২বুধবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ 

২৮-০৭-২০২২বৃ্হস্পতিবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ  

২৯-০৭-২০২২শুক্ৰবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ  

৩০-০৭-২০২২শনিবাৰঃ  সাংস্কৃতিক কৰ্মশালাঃ ঢেকীয়াল জিলা নামঘৰ

 

১১-০৮-২০২২দেওবাৰঃ  ৭০ সংখ্যক জিলা অধিৱেশনৰ আদৰণী সমিতি গঠণঃ পূৱ গোলাঘাট আঞ্চলিক শাখা

১৯-০৮-২০২২শুক্ৰবাৰঃ শ্ৰীকৃষ্ণ জন্মাষ্টমীঃ প্ৰাথমিক শাখাৰ দ্বাৰা শিশু কল্যাণ দিৱস  উদযাপন 

২১-০৮-২০২২দেওবাৰঃ পুৱা ০৯:০০ বজাত শিশু আইমাতৃ কল্যাণ শাখাৰ দ্বাৰা শিশু কল্যাণ দিৱস উদযাপনঃ জিলা নামঘৰ, ঢেকীয়াল

০৫-০৯-২০২২সোমবাৰঃ শিক্ষক দিৱসঃ জিলা শিক্ষা শাখাৰ দ্বাৰা শিক্ষক দিৱস উদযাপনঃ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, চাউদাং পথাৰ 

১১-০৯-২০২২দেওবাৰঃ  ৩য় মূল কাৰ্যনিৰ্বাহক সভাঃ দুমৰদহ, ধুবুৰী

১৬-০৯-২০২২শুক্ৰবাৰঃ  ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহঃ মণিকাঞ্চণ আঞ্চলিক শাখা

১৭-০৯-২০২২শনিবাৰঃ ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহঃ মণিকাঞ্চণ আঞ্চলিক শাখা  

১৮-০৯-২০২২দেওবাৰঃ ষষ্ঠ বাৰ্ষিক অংকীয়া নাট সমাৰোহঃ মণিকাঞ্চণ আঞ্চলিক শাখা

 

২৫-০৯-২০২২দেওবাৰঃ দিনৰ ১০:০০ বজাতঃ ৪ৰ্থ জিলা কাৰ্যনিৰ্বাহক সভাঃ দৈয়াং আঞ্চলিক শাখা

২৮-০৯-২০২২বুধবাৰঃ  লোকসেৱক হলধৰ ভূঞা জন্ম জয়ন্তীঃ হাজো জিলা শাখা

০২-১০-২০২২দেওবাৰঃ গান্ধী জয়ন্তীঃ শান্তি দিৱস উদযাপনঃ মৰিগাঁও জিলা

০৫-১০-২০২২বুধবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ দিৱসঃ প্ৰাথমিক শাখা সমূহৰ দ্বাৰা  উদযাপন 

১৬-১০-২০২২দেওবাৰঃ  কেন্দ্ৰীয় গুৰু আৱিৰ্ভাৱ মহোৎসৱ আৰু নাট সমাৰোহঃ বঙাইগাঁও জিলা শাখা

২২-১০-২০২২শনিবাৰঃ  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ত্ৰয়োদশ বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহঃ ঢেকীয়াল আদৰ্শ আঞ্চলিক শাখা

২৩-১০-২০২২দেওবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু ত্ৰয়োদশ বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহঃ ঢেকীয়াল আদৰ্শ আঞ্চলিক শাখা

৩০-১০-২০২২দেওবাৰঃ দিনৰ ১০:০০ বজাতঃ  আঞ্চলিক সভাপতি সম্পাদক সন্মিলনঃ জিলা নামঘৰ, ঢেকীয়াল

০৪-১১-২০২২ শুক্ৰবাৰঃ  কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহঃ চৰাইদেউ জিলা শাখা

০৫-১১-২০২২ শনিবাৰঃ  কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহঃ চৰাইদেউ জিলা শাখা 

০৬-১১-২০২২ দেওবাৰঃ  কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহঃ চৰাইদেউ জিলা শাখা

 

১৩-১১-২০২২দেওবাৰঃ দিনৰ ১০:০০ বজাতঃ ৫ম জিলা কাৰ্যনিৰ্বাহক সভাঃ জিলা নামঘৰ, ঢেকীয়াল

১৯-১১-২০২২শনিবাৰঃ  ৪ৰ্থ মূল কাৰ্যনিৰ্বাহক সভাঃ জোনাই জিলা শাখা

২০-১১-২০২২দেওবাৰঃ  ৯২ সংখ্যক মূল অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপনঃ জোনাই জিলা শাখা

২৭-১১-২০২২দেওবাৰঃ  জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহঃ কোকোৰাঝাৰ জিলা শাখা

২৫-১২-২০২২দেওবাৰঃ  জিলা সভাপতি নিৰ্বাচনৰ ভোট গণনা 

২১-০১-২০২৩শনিবাৰঃ  ৬ৰ্থ  জিলা কাৰ্যনিৰ্বাহক সভাপূৱ আঞ্চলিক শাখা

২১-০১-২০২৩দেওবাৰঃ  ৫ম মূল কাৰ্যনিৰ্বাহক সভা মূল কাৰ্যালয়, নগাঁও

২৭-০১-২০২৩শুক্ৰবাৰঃ ৭০ সংখ্যক জিলা অধিৱেশনপূৱ গোলাঘাট আঞ্চলিক শাখা

২৮-০১-২০২৩শনিবাৰঃ ৭০ সংখ্যক জিলা অধিৱেশনপূৱ গোলাঘাট আঞ্চলিক শা  

২৯-০১-২০২৩দেওবাৰঃ ৭০ সংখ্যক জিলা অধিৱেশনপূৱ গোলাঘাট আঞ্চলিক শা

১০-০২-২০২৩শুক্ৰবাৰঃ   ৯২ সংখ্যক মূল অধিৱেশনঃ জোনাই জিলা শাখা

১১-০২-২০২৩শনিবাৰঃ ৯২ সংখ্যক মূল অধিৱেশনঃ জোনাই জিলা শাখা 

১২-০২-২০২৩দেওবাৰঃ ৯২ সংখ্যক মূল অধিৱেশনঃ জোনাই জিলা শাখা 

    

২০/০৩/২০২২ তাৰিখৰ জিলা কাৰ্যনিৰ্বাহক সভাত গৃ্হীত

    শ্ৰীচন্দ্ৰ হাজৰিকা, সভাপতি                                                     শ্ৰীদেৱাঞ্জন বৰা, সম্পাদক

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা

bottom of page