জয় গুৰু শংকৰ
শ্ৰীমন্ত শংকৰদেৱ সংঘ, গোলাঘাট জিলা শাখা
২০২৪-২০২৫ (৫৭৫ - ৫৭৬ শংকৰাব্দ) বৰ্ষৰ দিনপঞ্জী
১০ মাৰ্চ দেওবাৰঃ ১ম জিলা কাৰ্যনিৰ্বাহক সভা, জিলা নামঘৰ, ঢেকীয়াল
১১ মাৰ্চ,২০২৩ শনিবাৰঃ পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতাৰ ১৩৯ সংখ্যক জন্ম জয়ন্তী, ওদালগুৰি জিলা শাখা
২৪ মাৰ্চ দেওবাৰঃ ৯৪ সংখ্যক বৰ্ষৰ ১ম মূল কাৰ্যনিৰ্বাহক সভা, মূল কাৰ্যালয়, নগাঁও
২৯ মাৰ্চ দেওবাৰঃ আঞ্চলিক সভাপতি-সম্পাদক সন্মিলন, জিলা নামঘৰ, ঢেকীয়াল
২ এপ্ৰিল দেওবাৰঃ থ্ৰিঃ এণ্ড ক্ৰেডিট কোঃ অঃ চ’চাইটিৰ নৱম প্ৰতিষ্ঠা দিৱস, নগাঁও
২১ এপ্ৰিল দেওবাৰঃ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতি গঠন, যোৰহাট শাখা
২৩ এপ্ৰিল দেওবাৰঃ জিলা সভাপতি-সম্পাদক সন্মিলন, ৰূপনগৰ, গুৱাহাটী
৬ মে শনিবাৰঃ কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰাক্তন বিষয়ববীয়া, কেন্দ্ৰীয় সদস্য-সদস্যা আৰু প্ৰাক্তন জিলাধিনায়কৰ সন্মিলন
গোলাঘাট জিলা শাখা
৭ মে দেওবাৰঃ ১৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী উৎসৱ, গোলাঘাট জিলা শাখা
২০ মে শনিবাৰঃ কেন্দ্ৰীয় সেৱাবাহিনীৰ দ্বাৰা দুৰ্যোগ প্ৰশমন কৰ্মশালা, বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখা
২১ মে দেওবাৰঃ ঐ
২৮ মে দেওবাৰঃ ২৭ সংখ্যক কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ আদৰণী সমিতি গঠন, মাজুলী জিলা শাখা
৪ জুন দেওবাৰঃ তৃতীয়খন জিলা কাৰ্যনিৰ্বাহক সভা, গোলাঘাট উত্তৰ আঞ্চলিক শাখা
৫ জুন সোমাবাৰঃ মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ দিৱস, ৰঙাজান, বিহপুৰীয়া নাৰায়নপুৰ
বিশ্ব পাৰিপাৰ্শ্বিক দিৱস (কেন্দ্ৰীয় সেৱাবাহিনীৰ দ্বাৰা), তিতাবৰ জিলা শাখা
১০ জুন শনিবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, নগাঁও
১১ জুন দেওবাৰঃ কেন্দ্ৰীয়ভাৱে মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ, শিৱসাগৰ জিলা শাখা
১৪ জুন বুধবাৰঃ কেন্দ্ৰীয় সেৱাবাহিনীৰ দ্বাৰা বিশ্ব ৰক্তদাতা দিৱস পালন, ধেমাজি জিলা শাখা
১৭ জুন শনিবাৰঃ জিলা শাখাৰ দ্বাৰা মহাপুৰুষ মাধৱদেৱৰ ৫৩৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন
১৮ জুন দেওবাৰঃ ৯৩ সংখ্যক বৰ্ষৰ তৃতীয়খন মূল কাৰ্যনিৰ্বাহক সভা
২৫ জুন দেওবাৰঃ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণী সমিতি গঠন, গোৱালপাৰা জিলা শাখা
২-৯ জুলাই,২০২৩ শঙ্কৰী সঙ্গীতৰ কেন্দ্ৰীয় কৰ্মশালা, বিশ্বনাথ জিলা শাখা
১৬ জুলাই দেওবাৰঃ কেন্দ্ৰীয় গুৰু জয়ন্তীৰ আদৰণী সমিতি গঠন, কামপুৰ জিলা শাখা
২৩-২৯ জুলাই দেওবাৰঃ লোককৃষ্টিৰ কৰ্মশালা, তিনিচুকীয়া জিলা শাখা
৩০ দেওবাৰঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, থ্ৰিঃ এণ্ড ক্ৰেডিট কোঃ অঃ চ’চাইটিৰ নৱম বাৰ্ষিক সাধাৰণ সভা, প্ৰধান কাৰ্যালয়, নগাঁও
,৬ আগষ্ট দেওবাৰঃ প্ৰাক্তন পদাধিকাৰ প্ৰয়াত কৰুণাকান্ত কলিতা স্মাৰক বক্তৃতানুষ্ঠান (কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত)
ঢকুৱাখনা জিলা শাখা
১৩ আগষ্ট দেওবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু চতুৰ্দশ বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহৰ আদৰণী সমিতি গঠন, গোলাঘাট মধ্য আঞ্চলিক শাখা
১৫ আগষ্ট, মঙলবাৰঃ স্বাধীনতা দিৱস, কেন্দ্ৰীয়ভাৱে, মূল কাৰ্যালয়, নগাঁও
২০ আগষ্ট দেওবাৰঃ ৭১ সংখ্যক জিলা অধিৱেশনৰ আদৰণী সমিতি গঠন, ঘিলাধাৰী আঞ্চলিক শাখা
২ চেপ্তেম্বৰ শনিবাৰঃ জিলা শাখাৰ সপ্তম বাৰ্ষিক অংকীয়া নাট সমাৰোহৰ আদৰণি সমিতি গঠন, ঢেকীয়াল আঞ্চলিক শাখা
৩ চেপ্তেম্বৰ দেওবাৰঃ চতুৰ্থখন জিলা কাৰ্যনিৰ্বাহক সভা, মণিকাঞ্চন আঞ্চলিক শাখা
৫ মঙলবাৰঃ জিলা শিক্ষা শাখাৰ দ্বাৰা শিক্ষক দিৱস উদযাপন, তৰাণি শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়
৬ চেপ্তেম্বৰ বুধবাৰঃ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, প্ৰাথমিক শাখাৰ দ্বাৰা শিশু কল্যাণ দিৱস উদযাপন উদযাপন
১০ চেপ্তেম্বৰ দেওবাৰঃ ৯৩ সংখ্যক বৰ্ষৰ চতুৰ্থখন মূল কাৰ্যনিৰ্বাহক সভা, দুমৰদহ, ধুবুৰী,
শিশু আইমাতৃ কল্যাণ শাখাৰ দ্বাৰা শিশু কল্যাণ দিৱস উদযাপন, জিলা নামঘৰ, ঢেকীয়াল
২৫ চেপ্তেম্বৰ সোমবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ দিৱস
২৬ চেপ্তেম্বৰ মঙলবাৰঃ প্ৰাক্তন পদাধিকাৰ দীননাথ ডেকা বাপৰ জন্ম শতবাৰ্ষিকী, ভেৰগাঁও জিলা শাখা
২৮ চেপ্তেম্বৰ বৃ্হস্পতিবাৰঃ লোকসেৱক হলধৰ ভুঞাৰ জন্ম জয়ন্তী, বৰপেটা জিলা শাখা
২৯ চেপ্তেম্বৰ শুক্ৰবাৰঃ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু অংকীয়া নাট সমাৰোহ, কামপুৰ জিলা শাখা
৩০ চেপ্তেম্বৰ শনিবাৰঃ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু অংকীয়া নাট সমাৰোহ, কামপুৰ জিলা শাখা
১ অক্টোবৰ,২০২৩ দেওবাৰঃ কেন্দ্ৰীয় গুৰু জয়ন্তী আৰু অংকীয়া নাট সমাৰোহ, কামপুৰ জিলা শাখা
২ অক্টোবৰ সোমবাৰঃ গান্ধী জয়ন্তী, শান্তি দিৱস উদযাপন (শিশু-আইমাতৃ কল্যাণ শাখাৰ দ্বাৰা), দৰং জিলা শাখা
৭ অক্টোবৰ শনিবাৰ, সেৱাবাহিনীৰ নায়ক, আঞ্চলিক অধিনায়ক, জিলাধিনায়ক আৰু কেন্দ্ৰীয় সদস্যৰ যৌথ সন্মিলন
মাজুলী জিলা শাখা
৮ অক্টোবৰ দেওবাৰঃ ২৭ সংখ্যক কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰতিষ্ঠা দিৱস, মাজুলী জিলা শাখা
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ দিৱস উদযাপন, বৰুৱাবামুণগাঁও শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ
১৪-১৫ অক্টোবৰ শনিবাৰঃ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, গহপুৰ জিলা শাখা
২৮-২৯ন অক্টোবৰ শনিবাৰঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ জিলা শাখাৰ পঞ্চদশ বাৰ্ষিক শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ, গোলাঘাট মধ্য আঞ্চলিক শাখা
৪ নৱেম্বৰ শনিবাৰঃ ৩০ সংখ্যক কেন্দ্ৰীয় শিশু, যুৱ আৰু আইমাতৃ সমাৰোহ, গোৱালপাৰা জিলা শাখা
১২ নৱেম্বৰ দেওবাৰঃ জিলা শাখাৰ পঞ্চমখন কাৰ্যনিৰ্বাহক সভা, গোলাঘাট আঞ্চলিক শাখা
১৮ নৱেম্বৰ শনিবাৰঃ ৯৩ সংখ্যক বৰ্ষৰ পঞ্চমখন মূল কাৰ্যনিৰ্বাহক সভা, ৰঙিয়া জিলা শাখা
১৯ নৱেম্বৰ দেওবাৰঃ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুঁটা স্থাপন, ৰঙিয়া জিলা শাখা
২৬-২৯ নৱেম্বৰ (দেওবাৰ-মঙলবাৰ) জিলা শাখাৰ সপ্তম বাৰ্ষিক অংকীয়া নাট সমাৰোহ, ঢেকীয়াল আঞ্চলিক শাখা
৩ ডিচেম্বৰ দেওবাৰঃ আঞ্চলিক সভাপতি সম্পাদক সন্মিলন, শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ, বেঙেনাখোৱা
৮-১০ ডিচেম্বৰ শুক্ৰবাৰঃ জিলা সেৱাবাহিনীৰ ক্ৰীড়া সমাৰোহ, মৰঙি আঞ্চলিক শাখা
২৩-২৫ ডিচেম্বৰ (শুক্ৰবাৰ-দেওবাৰ) শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ ক্ৰীড়া সমাৰোহ, বোকাখাত জিলা শাখা
২১ জানুৱাৰী ২০২৪ চন দেওবাৰ, ৯৩ সংখ্যক বৰ্ষৰ ষষ্ঠখন মূল কাৰ্যনিৰ্বাহক সভা, মূল কাৰ্যালয়, নগাঁও
২৩ জানুৱাৰী ২০২৪ চনমঙলবাৰঃ ষষ্ঠখন জিলা কাৰ্যনিৰ্বাহক সভা, জিলা নামঘৰ ঢেকীয়াল
২৬ জানুৱাৰী ২০২৪ চন শুক্ৰবাৰঃ গণৰাজ্য দিৱস
২৭ জানুৱাৰী ২০২৪ চন শনিবাৰঃ ৭১ সংখ্যক জিলা অধিৱেশন, ঘিলাধাৰী আঞ্চলিক শাখা
৯-১১ ফুব্ৰুৱাৰী ২০২৪ চন (শুক্ৰবাৰ-দেবাৰ) ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন, ৰঙিয়া জিলা শাখা
১১ মাৰ্চ,২০২৪ সোমবাৰঃ পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতাৰ ১৩৯ সংখ্যক জন্ম জয়ন্তী, ওদালগুৰি জিলা শাখা
১৯/০৩/২০২৩ তাৰিখৰ জিলা কাৰ্যনিৰ্বাহক সভাত গৃ্হীত