top of page
About | Srimanta Sankardev Sangha Golaghat Zila | Golaghat
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ আধাৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ ধৰ্ম-সাহিত্য-সংস্কৃতিৰ সুবৃহৎ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এটি শাখা হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখা৷ ১৯৩০ চনত নগাঁৱৰ পলাশনিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ জন্ম হোৱাৰ ১৪ বছৰৰ পিছত  প্ৰশাসনিক গোলাঘাট মহকুমাৰ অন্তৰ্গত প্ৰাথমিক শাখা সমূহক লৈ ১৯৫৪ চনত গোলাঘাট জিলা গঠন কৰা হয়। পৰৱৰ্তী সময়ত নিৰ্দিষ্ট এলেকাৰ প্ৰাথমিক সমূহ একত্ৰিত কৰি আঞ্চলিক শাখা সমূহ গঠন কৰা হয়। বৰ্তমান এই জিলাৰ অন্তৰ্গত ১৪ খন আঞ্চলিক শাখাত মূঠ ৩৮৪ খন প্ৰাথমিক শাখা আছে।

 

 Srimanta Sankardev Sangha, Golaghat Zila Sakha is a branch of socio cultural and religious organization of North East India, established based no religious teachings of great saint Mahapurush Srimanta Sankardeva. Srimanta Sankardev Sangha was established in the year 1930 at Palasoni, Nagaon and after 14 years Golaghat Zila Sakha was formed including prathamik (elementary units) of Golaghat sub-division. Later on prathamiks were organised to form Ancholiks (regional units).  At present there are 14 nos of Ancholiks and 384 nos of Prathamiks in Golaghat Zila Sakha. 

About: About
bottom of page