সাহিত্য শাখাৰ সভাপতি, সম্পাদকৰ একাষাৰ
জয় গুৰু শঙ্কৰ
ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ গোলাঘাট জিলা সাহিত্য শাখাৰ কৰ্ম আচনি অনুসৰি সাহিত্য শাখাৰ সদস্য শ্ৰীযুত ৰক্তিম বৰা বাপৰ দিৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত ভাগৱত ভাগ ইন্টাৰনেটত উপলদ্ধ হোৱাকৈ প্ৰস্তত কৰা হল। আমি আশা কৰিছো ইয়াৰ জৰিয়তে নৱ প্ৰজন্ম নিশ্চয় উপকৃত হ'ব। এই মহান কৰ্ম ভাগ কৰিবলৈ যাওতে নিশ্চয় ভূল ক্ৰতি ৰৈ গৈছে।সেই সমূহ আঙুলিয়াই দিলে ভৱিশ্যতে শুদ্ধৰণিৰ ব্যৱস্থা কৰিব পৰা হ'ব।
সেৱাৰেঃ
শ্ৰীৰেণুৰেখা বৰা, সভানেত্ৰী
শ্ৰীটুটুমণি গগৈ, সম্পাদক
সাহিত্য শাখা. শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা।